পেট্ৰ’লৰ দাম বাঢ়িছে যদি খোজ কাঢ়ি যাওঁক-চাইকেল চলাওকঃ ভৱেশ কলিতা
দেশত এতিয়া উৰ্দ্ধমুখী হৈছে ইন্ধনৰ মূল্য। নিৰ্বিকাৰ চৰকাৰ-ৰাইজৰ হাহাকাৰ। কিন্তু ইয়াৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পেট্ৰ'লৰ মূল্যবৃদ্ধি সম্পৰ্কত কৰা কিছু মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত। পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি…