টকিঅ’ পেৰালিম্পিকত ভাৰতৰ কৃষ্ণা নাগাৰৰ স্বৰ্ণ জয়
টকিঅ' পেৰালিম্পিক ২০২০ত ভাৰতৰ হৈ পঞ্চমটো স্বৰ্ণ কৰিলে দুৰ্দান্ত বেডমিণ্টন ষ্টাৰ কৃষ্ণা নাগাৰে। বেডমিণ্টন ছিংগলছৰ (এছএইচ-৬) তীব্ৰ প্ৰতিদ্বন্দিতা মূলক মেচত হংকঙৰ চু মান কাইক পৰাস্ত কৰি স্বৰ্ণ পদক আঁজুৰি আনিলে নাগাৰে। ৪৩ মিনিটৰ খেলত নাগাৰে…