সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

panjab

পঞ্জাৱত কি ভুল কৰিলে আপে?

আম আদমী পাৰ্টী পঞ্জাৱ বিধানসভা নিৰ্বাচনক লৈ অতি উৎসাহিত হোৱা দেখা গৈছে। ১৮ জানুৱাৰী অৰ্থাৎ মঙলবাৰে এই উৎসাহৰ দুটা উদাহৰণ দেখা গৈছিল। প্ৰথম উদাহৰণটো দেখা গৈছিল চণ্ডিগড়ত।অৰবিন্দ কেজৰিৱালে সংবাদমেলত পঞ্জাৱ বিধানসভা নিৰ্বাচনত ভগৱন্ত মানক আপৰ…

ক’ভিডৰ বাবে নহয়, কিয় পিছুৱাব পাৰে পঞ্জাৱৰ নিৰ্বাচন?

আগন্তক পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ পিছুৱাব পাৰে। আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে পঞ্জাৱত নিৰ্বাচন ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱাৰ দিন ধায্য কৰিছিল। কিন্তু পঞ্জাৱৰ…

পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

আজি প্ৰকাশ কৰিলে পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। পঞ্জাৱত কংগ্ৰেছ আৰু  উত্তৰ প্ৰদেশত বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা। কংগ্ৰেছৰ ৮৬ আসনৰ প্ৰাৰ্থীৰ তালিকা অনুসৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীয়ে…

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব কৃষক আন্দোলনৰ পৰা জন্ম হোৱা প্ৰথমটো ৰাজনৈতিক দলে।

তিনিখন কৃষি আইনৰ বিৰুদ্ধে এবছৰতকৈও অধিক সময় ধৰি চলি থকা কৃষক আন্দোলনৰ পৰা জন্ম লাভ কৰা প্ৰথম ৰাজনৈতিক দলটো ঘোষণা কৰা হৈছে। কৃষক নেতা গুৰনাম সিং চাধুনিয়ে ১৮ ডিচেম্বৰত চণ্ডিগড়ত দলটো ঘোষণা কৰে। কিষাণ আন্দোলনৰ পৰা উদ্ভৱ হোৱা দলটোৰ নাম হল…

কৃষি আইনৰ বিৰোধীতাত পদ্মবিভূষণ বঁটা ঘূৰাই দিলে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে।

দেশত কৃষকৰ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ বিশ্ববাসীয়ে কৃষক বিদ্রোহক লৈ তীব্ৰ সমৰ্থন আগবঢ়াইছে। আৰু এই কৃষি আইনৰ বিৰোধীতাত পদ্মবিভূষণ বঁটা ঘূৰাই দিলে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে। কৃষি আইনৰ বিৰোধীতাত ৰাষ্ট্ৰপতি ৰামনাথ…