অসমৰ উচ্ছেদ অভিযানক লৈ চিন্তিত পাকিস্তানঃ কিন্তু কিয়?
দৰং জিলাত ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান। ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ লোকে প্ৰায় তিনি কুৰি বছৰ ধৰি অবৈধ ভাৱে বসবাস কৰি অহা ৪৫০০ বিঘা মাটি মোকলাই বৃহৎ কৃষি প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। দুৰ্ভাগ্যজনক ভাৱে…