অক্সিজেনৰ তথ্য কিয় নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ?
ৰাজ্যসভাত কংগ্ৰেছ সাসংদ কে চি বেনুগোপালে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা শূণ্য। অৰ্থাৎ এজনো ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা নাই।
কংগ্ৰেছ সাসংদ বেনুগোপালে কেন্দ্ৰক…