অসহনীয় ক্ষুধাৰ পৰা মুক্তি কেতিয়া ? The CrossCurrent Jul 18, 2021 অতি পৰিতাপৰ বিষয় এইটোৱে যে সকলো প্ৰচেষ্টাৰ পিছতো বিশ্বত প্ৰতি মিনিটত ১১ জন লোক অনাহাৰ আৰু ভোকত মৰে। যোৱা বছৰত সমগ্ৰ বিশ্বতে দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ সন্মুখীন হোৱা লোকৰ সংখ্যা ছয়গুণ বৃদ্ধি পাইছে।