সদনত প্ৰতিবাদমুখৰ বিৰোধী , অধ্যক্ষই কি ক’লে ?
পেগাছাছ কাণ্ডৰ বিৰুদ্ধে কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৷ মঙলবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন সদনতে বিৰোধী পক্ষই প্ৰতিবাদ আৰম্ভ কৰে ৷এনে প্ৰতিবাদত অসন্তুষ্ট হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই…