লক্ষ্য ২০২৪ : দিল্লীত আৰম্ভ হৈছে নৈশভোজৰ ৰাজনীতি
বিৰোধীক ঐক্যবদ্ধ কৰাৰ বাবে এইবাৰ উদ্যোগ গ্ৰহণ কৰিছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷ এই প্ৰক্ৰিয়াৰ অংশ হিচাপে অহা ২০ আগষ্টত বিৰোধী নেতাসকলৰ সৈতে এখন ভাৰ্ছুৱেল বৈঠকত মিলিত হ’ব কংগ্ৰেছ সভানেত্ৰীগৰাকী ৷এই বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা…