নিমাতীঘাট ট্ৰেজেডীঃ তিনি বছৰত দুবাৰকৈ নিলম্বিত হোৱা কোন এই অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী?
২০১৮ চনৰ উত্তৰ গুৱাহাটীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ সময়ত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যবাহী অভিযন্তা পদত অধিষ্ঠিত আছিল বিক্ৰমাদিত্য চৌধুৰী। সেই ঘটনাৰ পিছতে চৌধুৰীক উক্ত পদৰ পৰা নিলম্বন কৰা হৈছিল। বিগত বুধবাৰে নিমাতীঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাৰ…