CCTVৰে গুৱাহাটীৰ পৰাই নিৰীক্ষণ কৰা হ’ব মাজুলীৰ ঘাটঃ হিমন্ত বিশ্ব শৰ্মা
নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছত মাজুলীৰ জল যাতায়তৰ বাবে কিছু বিশেষ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে। আজি পৰিস্থিতি পুনৰ নিৰীক্ষণ কৰিবলৈ নিমাতীঘাটত উপস্থিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। CCTVৰে গুৱাহাটীৰ পৰাই মাজুলীৰ ঘাট…