আসন্ন ক’ভিডৰ তৃতীয় ঢৌ : সংক্ৰমিত হ’ব পাৰে নেকি আপোনাৰ সন্তান ?
দেশত ক'ভিডৰ দ্বিতীয় ঢৌ এতিয়াও শেষ হোৱা নাই ৷ তাৰ মাজতে আসন্ন তৃতীয় ঢৌৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে সাধাৰণ জনতা। কোভিডৰ তৃতীয় ঢৌয়ে শিশু সকলক সংক্ৰমিত কৰিব বুলি বিশেষজ্ঞ সকলে কৰা সাৱধানবাণী শুনি এতিয়া চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ তথা…