চিনেমা হল অতীত হ’ল নেকি ? কোন কেইখন চিনেমাই মুক্তি পাব আপোনাৰ মোবাইলত ? The CrossCurrent Bureau May 16, 2020 লকডাউনৰ বাবে কি দহখন নতুন চিনেমা মুক্তি পাব ডিজিটেল মাধ্যমত ? ক’ৰোনাৰ আতংকৰ মাজতে প্ৰায় দুমাহ ধৰি লকডাউন চলিছে দেশত ৷ দেশৰ প্ৰায় সকলোধৰনৰ উদ্যোগ বাণিজ্যৰ ওপৰত পৰিছে মাধমাৰ ৷ অৱধাৰিতবাবেই অভাৱনীয় ক্ষতিৰ মুখামুখি হৈছে চিনেমা উদ্যোগ ৷সমস্ত…