সাময়িক সকাহ : ৰাষ্ট্ৰীয় ঘাইপথত জৰিমনা সংগ্ৰহ বন্ধ ৰখাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত চলি থকা জৰিমনাৰ সন্ত্ৰাসৰ পৰা সাময়িক সকাহ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড লিমিট সন্দৰ্ভত জনসাধাৰণৰ মাজত উপযুক্ত সচেতনতা গঢ় নোলোৱা পৰ্যন্ত জৰিমনা বিহা কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷…