সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

narendrasingtomar

অসমৰ ৮ লাখ কৃষকে কিয় ঘূৰাই দিব লাগিব ৫৫৪ কৌটি টকা ?

শেহতীয়াকৈ অসম আন এক অবাঞ্চিত অভিলেখৰ গৰাকী হৈছে ৷ ভুৱা কৃষকৰ পৰিসংখ্যাত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম ৷ এই তথ্য সদনত দাঙি ধৰিছে খোদ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৷ মঙলবাৰে সদনত কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক সোধা হৈছিল যে পি এম…