তৃণমূলত যোগ দিব অসমৰ এজন সাংসদে ! The CrossCurrent Jul 19, 2021 অসমৰ এজন সাংসদে লাভ কৰিছে তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাব ৷ এই কথা স্বীকাৰ কৰি সাংসদ গৰাকীয়ে কৈছে –“ অসমৰ দায়িত্বপ্ৰাপ্ত তৃণমূলৰ নেতাসকলৰ সৈতে আমাৰ সম্পৰ্ক খুবেই ভাল ৷....