ভাৰতত মুছলমানৰ অৱস্থা বিয়াৰ বেণ্ড পাৰ্টীৰ দৰেই হৈছেঃ আছাদুদ্দিন ওৱেচি
ভাৰতত মুছলমানৰ অৱস্থাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সংখ্যালঘু নেতা আছাদুদ্দিন ওৱেচিয়ে। ওৱেচিয়ে কয় যে-ভাৰতত মুছলমান সকলৰ অৱস্থা বিয়াৰ বেণ্ড পাৰ্টীৰ দৰেই হৈছে। নিৰ্বাচন আহিলেই নেতা সকলে মুছলমানক ধৰ্ম নিৰপেক্ষতাৰ বেণ্ড বজাবলৈ বাধ্য কৰে। দৰাই…