মুছলমান হোৱাৰ বাবেই অপমান কৰা হৈছে মহম্মদ শ্বামীকঃ আছাদুদ্দিন ওৱেচি
পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ প্ৰথমখন মেটচত পৰাজিত হোৱাৰ পিছত এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া। তাৰ মাজতে ছছিয়েল মিডিয়াত ডিজিটেল আক্ৰমণৰ বলি হৈছে পাকিস্তানৰ বিৰুদ্ধে অন্তিমটো অভাৰত বল কৰি থকা ভাৰতীয় পেচাৰ মহম্মদ…