এইবাৰ বাঢ়িব মোবাইল ফোনৰ খৰচ
ৰন্ধন গেছ , অত্যাৱশ্যকীয় সামগ্ৰী , শাক পাচলিৰ মূল্যবৃদ্ধিয়ে জ্বলা কলা কৰাৰ পাছত এইবাৰ বৃদ্ধি হ’ব মোবাইলৰ খৰচ ৷ সোমবাৰে এয়াৰটেলে সদৰী কৰা অনুসৰি প্ৰিপেইড ফোন কল আৰু ডাটা পেকৰ মাচুল শুক্ৰবাৰৰ পৰা বৃদ্ধি পাব ৷ এতিয়াও ভোডাফোন আৰু জিওৰ তৰফৰ পৰা…