‘লাভ জিহাদ’ : গুজৰাট উচ্চ ন্যায়ালয়ে কি ক’লে ? The CrossCurrent Aug 19, 2021 বিবাহ আৰু ধৰ্মান্তকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে ৷ গুজৰাটৰ ধাৰ্মিক স্বতন্ত্ৰতা(সংশোধনী) আইন ,২০০১ক প্ৰত্যা্হ্বান জনাই দাখিল কৰা দুখন আবেদন সন্দৰ্ভত ৰায়দান কৰি বৃহস্পতিবাৰে ন্যায়ালয়ে কয় যে দুটা পৃথক ধৰ্মৰ…