২৫৮ কৌটি মূল্যৰ শিলৰ টুকুৰা সদৃশ পদাৰ্থ জব্দ
কলকাতা বিমানবন্দৰৰ সমীপৰ পৰা উদ্ধাৰ কৰা হৈছে চাৰিটা উজ্জ্বল ৰঙৰ শিলৰ টুকুৰাসদৃশ পদাৰ্থ ৷ এই টুকুৰা কেইটাৰ প্ৰতিগ্ৰামৰ দাম হ’ব ১৭ কৌটি টকা ৷ চি আই ডিয়ে জব্দ কৰা টুকুৰা কেইটাৰ ওজন ২৫০.০৫ গ্ৰাম ৷ সেই অনুসৰি চাৰিওটা টুকুৰাৰ মূল্য ২৫৮ কৌটি ৫০…