ইন্টেলিজেন্সৰ বিস্ফোৰক তথ্যঃ ক’ভিড কালত জেহাদীয়ে শিপাইছে অসম
ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্ড (FATF)ৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি কোভিড-১৯ৰ সময়চোৱাতো সংস্থা-সংগঠনৰসমূহৰ মাজত বৃহত পৰিমাণৰ ধনৰ লেন-দেন হৈছিল। ভাৰতবৰ্ষৰ প্ৰধান অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত বহু ভুৱা…