ভেকচিনৰ ক্ষেত্ৰত কি ৰেকৰ্ড গঢ়িলে ইন্দোৰে?
সকলো যোগ্য হিতাধিকাৰীক প্ৰথম পালি ভেকচিন প্ৰদান কৰা দেশৰ ভিতৰতে প্ৰথম জিলা হিচাপে পৰিগণিত হ'ল ইন্দোৰ।
ইন্দোৰত ১৩ আগষ্টৰ ভিতৰত ইয়াৰ জনসংখ্যাৰ ১০০% লোকৰ কোভিড-১৯ টিকাকৰণ সম্পূৰ্ণ কৰা হৈছে। ইন্দোৰৰ ১৮.৮১ লাখ জনসংখ্যাৰ বিপৰীতে মুঠ ১৮.৮২ লাখ…