সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

indias_freedom_struggle

আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিৰোধ্য সেনাপতি ভগৎ সিঙৰ জন্মতিথি

ভগৎ সিঙৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত জাট নামৰ এক শিখ পৰিয়ালত। সিঙৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰ কালতেই ভগৎ সিঙে ইউৰোপীয় আন্দোলনৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিছিল। সৰুতেই সাম্যবাদৰ প্ৰতি আকৃষ্ট…