সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

indiancricket

কিয় গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং?

এটা সময়ত বিশ্বকাপৰ খেলত এটা অভাৰত ছয়টা ছিক্স কোবাই বলাৰক ধৰাশায়ী কৰা ভাৰতৰ দুৰ্দান্ত অলৰাউাণ্ডাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অনুসূচিত জাতিৰ বিৰুদ্ধে অপমান সূচক মন্তব্য কৰাৰ অভিযোগত দাখিল কৰা এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন…

অধিনায়কৰ পদ এৰিলে বিৰাট কোহলিয়ে

ভাৰতীয় টি -২০ ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি ল’ব বিৰাট কোহলিয়ে ৷ দেশৰ তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে সদৰী কৰা অনুসৰি আগন্তুক টি ২০ বিশ্বকাপৰ পাছতেই নেতৃত্বৰ পৰা তেও অব্যাহতি ল’ব ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ লগত আলোচনা কৰিয়েই…

ৰবি শাস্ত্ৰীৰ বিদায় নিশ্চিত , কোন হ’ব নতুন প্ৰশিক্ষক ?

ভাৰতীয় ক্ৰিকেটৰ এটা ডাঙৰ খবৰ ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ বিদায় আসন্ন হৈ পৰিছে ৷ অহা অক্টোবৰ – নবেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পাছতে নতুন প্ৰশিক্ষক নিযুক্তি দিয়াৰ সম্ভাৱণা প্ৰবল হৈ পৰিছে ৷ শাস্ত্ৰীৰ লগতে বলিঙ…