প্ৰশান্ত ভূষণক তেওঁ কৰা আপত্তিজনক মন্তব্য পুনৰ বিচাৰ কৰিবলৈ ২-৩ দিনৰ সময় দিলে উচ্চতম ন্যায়ালয়ে
আজি উচ্চতম ন্যায়ালয়ে আইনজীৱি তথা মানৱ অধিকাৰ কৰ্মী প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ(Contempt of Court) গোচৰৰ শুনানিত প্ৰশান্ত ভূষণক তেওঁ কৰা আপত্তিজনক মন্তব্য পুনৰ বিচাৰ কৰিবলৈ ২-৩ দিনৰ সময় দিয়ে।
ন্যায়াধীশ অৰুণ মিশ্ৰাৰ নেতৃত্বত উচ্চতম…