দেশৰ ভৱিষ্যতৰ সম্পদঃ আই আই টি গুৱাহাটীৰ ধৰ্ষণত অভিযুক্ত ছাত্ৰক জামিন The CrossCurrent Aug 23, 2021 চলিত বৰ্ষৰ ২৮ মাৰ্চৰ নিশা গুৱাহাটী আই আই টিত সংঘটিত হৈছিল এক জঘণ্য ধৰ্ষণৰ ঘটনা। এগৰাকী ছাত্ৰীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগত ৩ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল BTechৰ এজন ছাত্ৰক। অভিযুক্ত ছাত্ৰজনক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে ৷…