৫৪ মাহত ৯ বাৰ বদলি : এজন সৎ- নিৰ্ভীক আই এ এছ বিষয়া The CrossCurrent Jul 19, 2021 “ আইনৰ ৰছীৰে আমাৰ দুহাত বন্ধা ৷ ইচ্ছা থাকিলেও বহু কথা প্ৰকাশ কৰিব নোৱাৰো ৷ আনকি বহুক্ষেত্ৰত প্ৰতিবাদো কৰিব পৰা নাই ৷ এই বিষয়ত উচিত সময়ত এখন কিতাপ লিখি সকলো কথা প্ৰকাশ কৰিম ৷”