সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#healthcityhospital

বিশ্ব হৃদ দিৱস উপলক্ষে ‘হেলথ চিটি হাস্পতালত’ বিশেষ সজাগতা সভা

হেলথ চিটি হাস্পতাল, গুৱাহটী,২৯ ছেপ্টম্বৰত ২০২১: বিশ্বৰ প্ৰতি একলাখ লোকৰ ভিতৰত ২৩৫ জনৰে মৃত্যু হয় হৃদৰোগত। আনহাতে ভাৰতত প্ৰতিলাখত মৃত্যু হয় ২৭২ জনৰ। ভাৰতৰ দৰে প্ৰতি তৃতীয় বিশ্ব দেশত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ কল্পাতীতভাবে বৃদ্ধি পাইছে। ইয়াৰ মূল…

হেল্থ চিটী হাস্পতালত ফিজিওথেৰাপী দিৱস পালন

বিশ্ব ফিজিওথেৰাপী দিৱসৰ লগত সংগতি ৰাখি আজি খানাপাৰাৰ হেল্থ চিটী হাস্পতালত বিশ্ব ফিজিওথেৰাপী দিৱস পালন কৰা হয় ৷ এই উপলক্ষত চিকিৎসালয়খনৰ ফিজিওথেৰাপী বিভাগে বিভিন্ন জনসজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে ৷ উল্লেখ্য যে , প্ৰতিবছৰে ৮ ছেপ্তেম্বৰ…