ভাৰতীয় যুৱতীক বিয়া কৰোৱা বাবেও হাছান আলীক আক্ৰমণ , ছামিয়াক মৃত্যুৰ ভাবুকি
পাকিস্তান বিশ্বকাপৰ পৰা বাহিৰ হ’ল কিন্তু পাকিস্তানীৰ খঙ এতিয়াও কমা নাই ৷ বিশেষকৈ ১৯ তম অভাৰত মেথিউ ৱেডৰ কেচ মিছ কৰা হাছান আলীৰ বিৰুদ্ধে গৰজিয়েই আছে পাকিস্তানী ক্ৰিকেট সমৰ্থকসকল ৷ প্ৰথমতে তেওক ছিয়া মুছলমান হিচাপে দুৰ্ঘোৰ গালি গালাজ কৰা হ’ল ৷…