Big Expose: গুৱাহাটীৰ এখন ফ্লাই অ’ভাৰ, এখন নিবিদা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ… The CrossCurrent Apr 2, 2023 এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়, তাৰ ৫ মাহ পাছত সেই অনুষ্ঠানৰ এখন নিবিদা ওলায়৷কেনেকৈ সেয়া হ’বলৈ পালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লগত কেনেকৈ সাঙোৰ খাই পৰিছে সেই সমগ্ৰ কাহিনী?