ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে গুজৰাটত কংগ্ৰেছৰ খহনীয়া The CrossCurrent Jun 5, 2020 গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বেই ইজনৰ পিছত সিজন কংগ্ৰেছী বিধায়কে পদত্যাগ কৰাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। পদত্যাগ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক ব্ৰিজেশ মেৰজাই। ১৯ মে'ত ভোটগণনা হ'ব গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ। বিধানসভাৰ সচিবালয়ে নিশ্চিত…