মোদী চৰকাৰে কিয় বাতিল কৰিলে তিনিখন বিতৰ্কিত কৃষি আইন?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছে যদিও কৃষকসকলৰ আন্দোলন এতিয়াই বন্ধ নহয় ৷ কৃষক নেতা গজেন্দ্ৰ টিকাইতে এই ঘোষণা কৰিছে ৷ মোদীয়ে কয় যে সংসদত যেতিয়ালৈকে কৃষি আইন প্ৰত্যাহাৰ কৰা নহয় তেতিয়ালৈকে…