কৃষকক কৃষি আইন বুজাবলৈ বিজ্ঞাপনত কিমান টকা খৰছ কৰিছিল মোদী চৰকাৰে?
ভয়-ভাবুকি,চল-চাতুৰী সকলো কৰা হ'ল।কিন্তু ফলাফল হল শূণ্য।কৃষক অশিক্ষিত।কৃষকে আইন-ইংৰাজী নাজানে।সেয়ে কৃষকক আইন বুজাবলৈ চৰকাৰে খৰছ কৰিলে কোটি কোটি টকা।চৰকাৰে কত কিয় কিমান টকা খৰচ কৰিলে তাৰ উত্তৰ চৰকাৰে দিছে চৈয়দ নাচিৰ হুছেইন আৰু ৰাজমণি পেটেলে…