প্ৰথমে এনকাউন্টাৰ তাৰ পাছত সাহায্য
ভুৱা এনকাউন্টাৰক লৈ উত্তাল হৈ পৰিছিল বড়োভূমি। উল্লেখযোগ্য যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এনকাউন্টাৰ কৰি হত্যা কৰিছিল দুজন যুৱকক আৰু এতিয়া এই ঘটনাৰ তদন্তৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনকাউন্টাৰত নিহত হৈছিল জংচাৰ…