Tag #exam2022

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সূচী কিছু সালসলনি

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সূচী কিছু সালসলনি। ৪ মে’ত অনুষ্ঠিত হ’বলগীয়া ইংৰাজী পৰীক্ষা ৩০ মে’ত আৰু ১৯ মে’ত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ ৩১ মে’ আগবেলা অনুষ্ঠিত হ’ব। লগতে ৩০ মে’ৰ পিছবেলা বিহু বিষয়ক পৰীক্ষা অনুষ্ঠিত হ’ব। ১৯ মে’ৰ পিছবেলা গণিতৰ…

৬ পৰা ৮ সপ্তাহ পিছুৱাই দিয়া হৈছে নীটৰ পিজি পৰীক্ষা

ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ৰ পিজি ২০২২ৰ ৬ পৰা ৮ সপ্তাহ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। পূৰ্বতে এনইইটি ১২ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াৰ পূৰ্বে বাধ্যতামূলক ইন্টাৰ্ণশ্বিপ ম্যাদ সম্পূৰ্ণ হোৱালৈকে, বহুতো প্ৰাৰ্থীৰ প্ৰ-পত্ৰ পূৰণ নোহোৱাৰ বাবে স্থগিত ৰখাৰ…

৫ আৰু ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গেট পৰীক্ষা

গ্ৰেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং চমুকৈ গেট ২০২২ (GATE) পৰীক্ষা সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন হৈছে শুনানি। ন্যায়ালয়ে গেট পৰীক্ষাৰ তাৰিখ পিচুওৱা নহয় বুলি স্পষ্ট কৰি দিছে। খড়গপুৰ আইআইটিয়ে দেশৰ কভিড সৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষা পিচুৱাবলৈ আৱেদন দাখিল কৰিছিল। কিন্তু অৱশেষত…