ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই দিয়াৰ নিৰ্দেশ অসম চৰকাৰৰ The CrossCurrent Aug 14, 2020 আজি অসম চৰকাৰৰ শিক্ষা বিভাগে কৰোনা মহামাৰী আৰু তাৰ ফলত হোৱা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশ ১ মে', ২০২০ ৰ পৰা শিক্ষানুষ্ঠান সমূহ নোখোলা পৰ্যন্ত প্ৰযোজ্য হ'ব।…