দেশৰ অৰ্থনীতিৰ অৱস্থা শোচনীয়, বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি
কৰোনা ভাইৰাচৰ সংকট আৰু লকডাউনৰ প্ৰভাৱত দেশৰ অৰ্থনৈতিক অৱস্থা হৈ পৰিছে শোচনীয়। এইকথা জনাইছে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে।
ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমীক্ষা বৈঠকৰ পাছত এখন সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰি শক্তিকান্ত দাসে…