সাৱধান,পাৰ্চেলত ড্ৰাগছ !
ডাইৰেক্টৰেট অব ৰেভিনিউ ইণ্টেলিজেন্সে মুম্বাইৰ এয়াৰ কাৰ্গো কমপ্লেক্সৰ পৰা প্ৰায় ১.৯ কেজি ওজনৰ ড্ৰাগছ জব্দ কৰে। ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৫ কোটি।ড্ৰাগছখিনি ইণ্টাৰনেশ্যনেল কোৰিয়াৰ পাৰ্চেলৰ জৰিয়তে বিদেশৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছে।পাৰ্চেলটো…