ডিটেনশ্যন চেন্টাৰৰ নতুন নাম কি ?
অসমত থকা ডিটেনশ্যন চেন্টাৰসমূহ এতিয়াৰে পৰা পৰিচিত হ’ব ‘ট্ৰানজিত কেম্প’ হিচাপে৷ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিব নীৰজ বাৰ্মা স্বাক্ষৰিত এখন জাননীত এই ঘোষণা কৰা হয় ৷
ৰাজ্যত বৰ্তমান ৬ টা ডিটেশ্বন চেন্টাৰ আছে ৷ এই ডিটেনশ্ব…