দৰঙত আজি নচলে উচ্ছেদ অভিযানঃ কিন্তু কিয়?
দৰঙৰ গৰুখুঁটিৰ উচ্ছেদস্থলীত এতিয়াও তীব্ৰ উত্তেজনা অব্যাহত আছে।গৰুখুঁটিত আজি নচলে উচ্ছেদ অভিযান।গৰুখুঁটিৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনীৰ ৩২টা কোম্পানী অনাৰ ব্যৱস্থা কৰা হৈছে। গুজৰাটৰ পৰা আহি আছে ২১টা কোম্পানী আৰু অৰুণাচল…