শ্বাহৰুখ খানে বিজেপিত যোগদান কৰিলে ড্ৰাগছ চেনীৰ পাউদাৰত পৰিণত হ’বঃ মহাৰাষ্ট্ৰৰ মন্ত্ৰী ছগন…
আৰয়ান খান ড্ৰাগছ গোচৰক কেন্দ্ৰ কৰি বিজেপিক সমালোচনা কৰিছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী ছগন ভুজবলে। ছগন ভুজবলে বিজেপিক সমালোচনা কৰি কয় যে যদি বলীউডৰ বাদশ্বাহ তথা অভিনেতা শ্বাহৰুখ খানে গেৰুৱা দলত (বিজেপি) যোগদান কৰে তেন্তে ড্ৰাগছ চেনীৰ পাউদাৰত পৰিণত…