ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত উজ্বলি উঠিল চন্দ্ৰ মুদৈৰ ৰণুৱা আৰু বেঞ্জামিন দৈমাৰী
◆ দিল্লীত দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ উপস্থিতিত অনুষ্ঠিত হৈ গ'ল ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান
◆ এই অনুষ্ঠানতে উজ্জ্বলি উঠিল দুগৰাকীকৈ অসম সন্তান
◆ অসমৰ জ্যেষ্ঠ চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈ পৰিচালিত ছবি…