মণিপুৰৰ কন্যা চাইখন মীৰাবাঈ চানুৰ অলিম্পিকত ৰূপৰ পদক জয়
মণিপুৰৰ কন্যা চাইখন মীৰাবাঈ চানুৱে অলিম্পিকত ৰূপৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ইয়াৰ লগে লগে টকিঅ’ অলোম্পিকত ভাৰতে পদকৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিলে ৷ভাৰত্তোলনৰ ৪৯ কে জি শাখাত তেও এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় ৷ ২০০০ চনত ছিডনী…