বিজেপিৰ বেলি মাৰ যাব গুজৰাটত? The CrossCurrent Oct 19, 2022 প্ৰতিষ্ঠানবিৰোধী ঢৌত থৰকবৰক বিজেপি । আপৰ উত্থানত শংকিত মোডী বাহিনী।গুজৰাট নিৰ্বাচনকলৈ C voter সমীক্ষা ৰাজ্যখনৰ ৪৬% জনতাই বিশ্বাস কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ যুঁজ হ’ব আপৰ লগত ।আন ৪০% লোকে বিশ্বাস কৰে বিজেপিৰ যুঁজ হ’ব কংগ্ৰেছৰ…