শীঘ্ৰেই অবড়ো সংগঠনৰে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিব ৰাজ্য চৰকাৰ আৰু BTR পৰিষদে
◆ বড়োসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বড়ো সংগঠনৰ সৈতে একাধিক চুক্তি সম্পাদন কৰাৰ পিছত এতিয়া BTRৰ অবড়ো সংগঠনৰে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু BTR পৰিষদ
◆ এই কথা প্ৰকাশ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে
◆…