সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#book

ভাৰতৰ সৰ্ববৃহৎ চোৰাংচোৱা কাণ্ড কেলেংকাৰী

১৯৭২ চন৷ ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰৰ অভিষেক ঘটিছে বলীউডত৷ নায়িকা ডিম্পল কাপাডিয়া৷ টীন এজাৰ প্ৰেম কাহিনীৰে ‘ববী’ চিনেমাই সমগ্ৰ ভাৰতত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰেমে উন্মনা কৰা কিশোৰী ডিম্পলে প্ৰেমিকক আলিংগণ কৰি গাইছে ‘প্ৰেম ৰোগ..’৷…

‘অব কী বাৰ চাৰশ পাৰ’ হিমন্ত বিশ্ব শৰ্মাৰ শ্ল’গান আছিল নেকি?

'ক' মানে কিতাপ অব কী বাৰ চাৰশ পাৰ -ব্যাপক প্ৰচাৰ আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিয়ে এনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল যে ২০২৪ নিৰ্বাচনত বিজেপিয়ে ৪০০ তকৈ অধিক আসন লাভ কৰিব৷ কিন্তু বিৰোধীয়ে এই নিৰ্বাচনী শ্ল’গানক সংবিধান সলনিৰ অভিপ্ৰায়ৰ…

নগাঁৱত সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ 'ভক্তিৰ অনিৰুদ্ধ যাত্ৰা' বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ 'বুক নুক কেফে'ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ…

IAS অনিল স্বৰূপৰ শেহতীয়া গ্ৰন্থত প্ৰকাশ পাইছে মোদী চৰকাৰৰ বহুবোৰ গোপন অধ্যায়।

https://youtu.be/YuEz7AMd1Nc সাধাৰণ সংবাদ মেল এখন কৰিবলৈও কিয় অনুমতি ল'ব লাগে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ? ৰঞ্জন গগৈৰ বিৰুদ্ধে কি অভিযোগ আনিলে IAS অনিল স্বৰূপে? IAS অনিল স্বৰূপৰ শেহতীয়া গ্ৰন্থত প্ৰকাশ পাইছে মোদী চৰকাৰৰ বহুবোৰ গোপন…

আজি “বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে” নামৰ গ্ৰন্থ প্ৰকাশ কৰিব কংগ্ৰেছে

ক্ৰমাগত মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি পেলাইছে দেশৰ জনসাধাৰণক। আগন্তুক বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহটো উত্থাপিত হৈছে এই বিষয়। এই সন্দৰ্ভত আজি কংগ্ৰেছে মূল্যবৃদ্ধি বিষয়ক এক বৈঠকত মিলিত হ'ব। তাৰোপৰি "বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে"…