আজি ২০ সংখ্যক বড়োলেণ্ড দিৱস The CrossCurrent Feb 10, 2022 আজি বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ) দলে কোকৰাঝাৰত ২০ সংখ্যক বিটিচি চুক্তি দিৱস বড়োলেণ্ড দিৱস হিচাপে উদযাপন কৰে। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বিটিচি চুক্তিখন প্ৰাক্তন বিএলটি সংগঠন, কেন্দ্ৰ আৰু অসমৰ ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি আলোচনাত…