ক্ৰিপ্তোকাৰেন্সি : ডিজিটেল মুদ্ৰাৰ দাম অভাবনীয়ভাৱে হ্ৰাস
ক্ৰিপ্তোকাৰেন্সিত বিনিয়োগ কৰি আপুনিও লাখপতি বা কৌটিপতি হোৱাৰ সপোন দেখিছিল নেকি ? যদি দেখিছিল , আপোনাৰ বাবে আছে এটা দু:সংবাদ ৷ ডিজিটেল মুদ্ৰাৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুন আইন প্ৰণয়নৰ কথা চিন্তা কৰিছে ৷ অহা শীতকালীন অধিৱেশনতে…