হু ইজ এ ভি ডি ভিলিয়াৰ্ছ?
এ বি ডি ভিলিয়াৰ্চ। বিশ্ব ক্ৰিকেটত বলাৰৰ বাবে এটা ত্ৰাসৰ নাম এ বি ডি ভিলিয়াৰ্চ। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক তথা দুৰ্দান্ত বেটছমান এ বি ডি ভিলিয়াৰ্চৰ নাম নুশুনা ক্ৰিকেট প্ৰেমী হয়তো হয়তো কমেই ওলাব। টি-২০-এদিনীয়া কিম্বা টেষ্ট প্ৰতিটো…