আজিৰে পৰা উৎকত গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়েঃ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ
উৎকত গৰমে দহিচে ৰাজ্য। যোৱা এসপ্তাহ ধৰি প্ৰখৰ ৰদে জ্বলা কলা খুৱাইছে ৰজ্যবাসীক। কিন্তু আজিৰে পৰা গৰমৰ পৰা কিছু সকাহ পাব অসমকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ জনসাধাৰণে। অসমত আজি বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই…